Assamese

MIL

SYLLABUS FOR HIGHER SECONDARY FINAL YEAR COURSE

One Paper Time: Three Hours Marks: 100
Unit No Title Marks Periods
Unit I Prose 30 50
Unit II Poetry 25 40
Unit III
  1. Adolescence Education
  2. Value Education
10 15
Unit IV Grammar 20 25
Unit V Essay Writing 15 10
Total 100 140

পাঠ্যপুথি : সাহিত্য সৌৰভ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা প্রকাশিত

Unit-I : নির্বাচিত গদ্য (Prose) | (Marks 30)

১) মিলাৰামৰ আত্মজিবন - লক্ষ্নীনাথ বেজবৰুয়া

২) মগনিয়াৰ (কথা কবিতা) - যতীন্দ্র নাথ দুৱৰা

৩) আনন্দৰাম বৰুৱা - উপেন্দ্র চন্দ্র লেখাৰু

৪) সমুদ্র মন্থন - ত্রৈলোক্য নাথ গোস্বামী

৫) ভাৰতীয় আদর্শত বৈৰাগ্য - তীর্থনাথ শর্মা

৬) মিনতি (গল্প) - ডঃ ভবেন্দ্র নাথ শইকীয়া

৭) অসমীয়া কথাছবি - ফণী তালুকদার

৮) বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো - ডঃ দীনেশ চন্দ্র গোস্বামী

Unit-II : নির্বাচিত কবিতাঃ (Poetry) | (Marks 25)

১) বৰগীত (আনন্দে গোবিন্দ রায়) - শ্রীমন্ত শঙ্কৰদেৱ

২) বিশ্ব খনিকৰ - মফিজুদ্দিন আহমেদ হাজৰিকা

৩) শেষ অর্ঘ্য - নলিনী বালা দেৱী

৪) জনতাৰ আহ্বান - জ্যোতিপ্রসাদ আগৰৱালা

৫) কাঠমিস্ত্রির ঘৰ - ধীৰেন্দ্রা চন্দ্র দত্ত

৬) আঘোণৰ কুঁৱলী - কেশৱ মহন্ত

৭) উভতি নহাৰ কবিতা - নৱকান্ত বৰুয়া

৮) কৰুণতম - ডঃ নির্মলপ্রভা বৰদলৈ

Unit-III : (Marks 10)

১) মূল্যবোধ শিক্ষা - ডঃ দুলুমনি গোস্বামী

২) কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা - ডঃ স্বর্ণলতা দাস

Unit-IV : ব্যাকৰণ (Grammer) | (Marks 20)

বিভক্তি, শব্দ বিভক্তি আৰু কাৰক বিভক্তি, পুৰুষবাচক প্রত্যয়, কৃৎ প্রত্যয়, তদ্ধিত প্রত্যয়, নির্ধিষ্টতাবাচক প্রত্যয়, খান্দ্রবাক্য, জতুৱা, ঠাঁচ

Unit-V : ৰচনআৰ বাবে বিষয় (Essay Writing) | (Marks 15)

(ক) অসম আৰু ভাৰতৰ জাতীয় জীৱন আৰু ঐতিহ্য সম্পর্কীয়

(খ) সাহিত্য, কলা-সংস্কৃতি সম্পর্কীয়

(গ) বিজ্ঞান আৰু প্রযুক্তিবিদ্যা সম্পর্কীয়

(ঘ) জনসংখ্যা, পাৰিপার্শ্বিকতা সম্পর্কীয়

(ঙ) সমাজ আৰু অর্থনীতি সম্পর্কীয়

(চ) শিক্ষা আৰু ক্রীড়া সম্পর্কীয়

(ছ) ভ্রমণ সম্পর্কীয়